ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Awareness of Drugs Prevention I কাৰবি আংলঙত নিচামুক্ত ড্ৰাগছ নিৰ্মূলৰ বিশেষ সজাগতা অভিযান জিলা আৰক্ষীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
May 23, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

একেলগে একে সময়ত ১১০ খন বিদ্যালয়ত ১৫ হাজাৰ ছাত্ৰ-ছাত্ৰী (15,000 students)ক নিচাযুক্ত ড্ৰাগছ প্ৰতিৰোধৰ বাবে শপত (Oath for Drug Prevention) বাক্য পাঠ কৰোৱা হয় ৷ কাৰবি আংলং (Karbi Anglong) জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু কাৰবি ছাত্ৰ সন্থা আৰু জিলা প্ৰশাসনৰ সহযোগত মঙলবাৰে পুৱা ১১ বজাৰ লগে লগে কাৰবি আংলং জিলাৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চলে ড্ৰাগছ সজাগতামূলক বিশেষ কাৰ্যসূচী (Drug Awareness Program)৷

 ড্ৰাগছ নিৰ্মূলৰ বিশেষ সজাগতা অভিযান
কাৰবি আংলঙত নিচামুক্ত ড্ৰাগছ নিৰ্মূলৰ বিশেষ সজাগতা অভিযান জিলা আৰক্ষীৰ:

এই উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিফু ন্যায়িক আদালতৰ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰণিতা মৰাং, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব বিজয়া খাকলাৰী, অতিৰিক্ত উপায়ুক্ত নূপুৰ বৰা, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, অতিৰিক্ত জিলা আৰক্ষী অধীক্ষক (অপৰাধ) নয়নমণি বৰ্মণ৷ আৰু ডিফু থানাৰ অ’চি জেএছ খবুঙ ৷

awarnesp3 1 | ASSAM TIMES POST

ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সজাগতা সভাত উপস্থিত থাকে জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা, ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুনটি মজুমদাৰ আৰু কেএছএৰ কেইবাগৰাকী শীৰ্ষ নেতা ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয়যে, ড্ৰাগছৰ ভয়াবহতা প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে ২০৪২ চনৰ ভিতৰত নিচামুক্ত ভাৰত গঠন কৰিবলৈ এলানি ড্ৰাগছ বিৰোধী সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সেয়ে তেনে কাৰ্যসূচীৰ অংশ স্বৰূপে আজি কাৰবি আংলং জিলাৰ ১১০ খন বিদ্যালয়ত ১৫০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত একে লগে একে সময়ত ড্ৰাগছ নিৰ্মূলৰ বাবে কাৰবি আৰু ইংৰাজী ভাষাত শপত বাক্য পাঠ কৰে ছাত্ৰ-ছাত্ৰীসকলে৷

উল্লেখযোগ্য যে প্ৰতিখন বিদ্যালয়ত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু কেএছএৰ শীৰ্ষ নেতা সকল উপস্থিত থাকি মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে ঐক্যৱদ্ধ যুঁজ দিবলৈ আহ্বান জনোৱাৰ লগতে ড্ৰাগছৰ ভয়াবহতাৰ ওপৰত আলোকপাত কৰে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Awarenesskarbi anglongকাৰবি আংলংনিচামুক্ত ভাৰতসজাগতা অভিযান
Share6Tweet4Send

Related Posts

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
50
Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ
KARBI ANGLONG

Centipede grass : কাৰ্বি আংলঙত বিৰল প্ৰজাতিক ঘাঁহ আৱিষ্কাৰ

by ASSAM TIMES POST
August 27, 2026
50
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

by ASSAM TIMES POST
August 26, 2026
55
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

by ASSAM TIMES POST
August 26, 2026
58
Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪
KARBI ANGLONG

Manja Road accident : কাৰ্বি আংলঙৰ মাঞ্জাত ডাম্পাৰৰ খুন্দাত নিহত ,২ আহত ৪

by News Desk
August 26, 2026
70
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
58
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d