ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

তীব্ৰ জল্পনা-কল্পনাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা পিছুৱাল!

নিউজ ডেস্কঃ

News Desk by News Desk
May 17, 2023
Reading Time: 1 min read
A A
0
তীব্ৰ জল্পনা-কল্পনাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা পিছুৱাল!

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

জল্পনা-কল্পনাৰ মাজতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম (Name of Chief Minister of Karnataka) ঘোষণা কৰাৰ সময় নাটকীয়ভাৱে পিছুৱাই গ’ল (Backed back)।

কৰ্ণাটকত বিশাল ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছে। কিন্তু তাৰ পিছত জটিলতা বাঢ়ি যায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হʼব সেইটো নিৰ্ণয় কৰিবলৈ সংগ্ৰাম কৰি আছে ৰাহুল গান্ধীয়ে। বিগত কেইদিনমানত কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে। কৰ্ণাটকৰ বিজয়ী বিধায়কসকলে কেতিয়াও হাইকমাণ্ডৰ সৈতে বৈঠকত বহিব পৰা নাই। ৰাহুল গান্ধীয়ে এবাৰ কংগ্ৰেছৰ সভাপতিৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। কংগ্ৰেছৰ ডি কে শিৱকুমাৰ আৰু সিদ্দাৰামাইয়া দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ দৌৰত আছে আৰু দুয়োজনেই বৰ্তমান দিল্লীত আছে।

karna | ASSAM TIMES POST

ইয়াৰ পূৰ্বে কংগ্ৰেছে ঘোষণা কৰিছিল যে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰা হʼব। জল্পনা-কল্পনা আছিল যে বুধবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হʼব। ইতিমধ্যে বেংগালুৰুত উদযাপন কৰা সিদ্দাৰামাইয়া সমৰ্থকৰ উল্লাসৰ ছবি ওলাইছে। জনা যায় যে বিজয়ী বিধায়কসকলৰ অধিকাংশই মুখ্যমন্ত্ৰীৰ আসনৰ বাবে সিদ্দাৰামাইয়াক বিচাৰে।

এই পৰিস্থিতিত কংগ্ৰেছ নেতা ৰণদীপ সুৰজেৱালাই বিশেষ বাৰ্তা দিছে। কৰ্ণাটকৰ দায়িত্বত থকা এআইচিচিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে এই পৰ্যন্ত চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। ভুল খবৰ আৰু জল্পনা-কল্পনাৰ পৰা বিৰত থাকিবলৈ আবেদন জনায়। তেওঁ কয় যে বুধবাৰ বা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা (name of Chief Minister was announced on Wednesday or Thursday) কৰা হʼব। লগতে আগন্তুক ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰত কৰ্ণাটকৰ নতুন কেবিনেট গঠন হʼব বুলিও তেওঁ কয়। সিদ্ধান্ত লোৱা হʼলে দলে অৱগত কৰিব বুলিও তেওঁ কয়।

Tags: Chief Minister of KarnatakaKarnatakaকৰ্ণাটক মুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

by News Desk
June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

by News Desk
June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

by News Desk
June 13, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
National-International

Tragic accident I চকুৰ সন্মুখতে মাতৃৰ মৃত্যু, আত্মীয়ক মাতি আনি দেখুৱালে ৪ বছৰীয়া সন্তানে

by Staff Reporter
June 13, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা একমাত্ৰ যাত্ৰীৰ হৃদয়ত এতিয়াও জ্বলি আছে জুই

by Staff Reporter
June 13, 2026
50
ADVERTISEMENT
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
50
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা
National-International

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
50
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী
National-International

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026
50
Google : মহ মাৰিব গুগলে
National-International

Google : মহ মাৰিব গুগলে

June 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

June 13, 2026
Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

Free education : স্নাতকোত্তৰ পর্যন্ত বিনামূল্যে শিক্ষা : উৰিষ্যা চৰকাৰৰ বৃহৎ ঘোষণা

June 13, 2026
‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

‎Arcelor-Mittal : ইস্পাত লৈ ফ্ৰান্সৰ ৰাজনীতি গৰম : বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টীল নিৰ্মাতা আৰ্চেলৰ-মিট্টালক ৰাষ্ট্ৰীয়কৰণৰ দাবী

June 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx