ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gang Rape | বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীক গণধৰ্ষণ কনিষ্টবল আৰু ভাতৃৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 3, 2023
Reading Time: 1 min read
A A
0
মদ্যপান কৰা যুৱতীক নিজৰ ঘৰলৈ নি দলবদ্ধ ধৰ্ষণ কেব বাইক চালকৰ, গ্ৰেপ্তাৰ ৩

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিয়াৰ প্ৰতিশ্ৰুতিৰে ‘ধৰ্ষণ’ (Rape)। উত্তৰ প্ৰদেশৰ (Uttar Pradesh) এজন আৰক্ষী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ (Gang Rape) অভিযোগ উত্থাপন হৈছে। বিয়াৰ বাবে হেঁচা দিয়াৰ বাবে আৰক্ষীজনে যুৱতীগৰাকীক ভাতৃৰ ঘৰলৈ লৈ গৈছিল আৰু তেওঁৰ মূৰত বন্দুক থৈ দুয়ো ভাতৃয়ে লগলাগি ধৰ্ষণ কৰে। ছাহাৰানপুৰৰ নিবাসী যুৱতীগৰাকীয়ে এই অভিযোগ আৰক্ষী অধীক্ষকক লিখিতভাৱে জনাইছ।

Gang Rape
বিবাহৰ প্ৰতিশ্ৰুতি দি যুৱতীক গণধৰ্ষণ

আৰক্ষীৰ সূত্ৰ অনুসৰি, উত্তৰ প্ৰদেশ আৰক্ষীৰ এজন কনিষ্টবলৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কনিষ্টবলজনে বিয়াৰ প্ৰতিশ্ৰুতিৰে যুৱতীগৰাকীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। অভিযোগ অনুসৰি, যাৰ ফলত যুৱতীগৰাকী দুবাৰকৈ গৰ্ভৱতী হয়। কিন্তু বিয়া কৰোৱাৰ নাম লোৱা নাছিল। আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা এজাহাৰত কিশোৰীগৰাকীয়ে কয় যে যোৱা ২৫ জানুৱাৰীত থানাত এই ঘটনাৰ খবৰ দিছিল। এই খবৰ শুনি অভিযুক্ত আৰক্ষীয়ে যুৱতীগৰাকীক ভুৱা বিবাহ শপতনামাত চহী কৰায়। ইয়াৰ পিছত তেওঁক চম্ভালিবলৈ ভাতৃৰ ঘৰলৈ লৈ যায়।

ছোৱালীজনীৰ অভিযোগ আছিল যে দুজন ভাতৃয়ে তেওঁৰ মূৰত বন্দুক ধৰি দলবদ্ধ ধৰ্ষণ কৰিছিল। মানুহে গম পালে তেওঁক হত্যা কৰা হʼব বুলি ভাবুকি দিয়া হৈছিল। হতাশ হৈ যুৱতীগৰাকীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত লিখিত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে অভিযুক্ত আৰক্ষীক বা তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰা নাই। অতি শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হʼব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Tags: Rape
Share4Tweet3Send

Related Posts

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

by News Desk
June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

by News Desk
June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
June 6, 2026
50
‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?
National-International

‎১৯৭০ চনত প্ৰস্তুত কৰা ৬.১ কেজি বিশ্বকাপৰ এতিয়া মূল্য কিমান?

by Staff Reporter
June 6, 2026
50
CM Vijay : আস্থা ভোটত বৃহৎ জয় বিজয়ৰ, ২৫ এডিএমকে বিধায়কৰো সমৰ্থন টিভিকে চৰকাৰক
National-International

‎৮ জুনত দিল্লীত হ’বলগীয়া বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বৈঠকলৈ বিজয়ৰ দলক আমন্ত্ৰণ জনোৱাৰ প্ৰস্তাৱ কংগ্ৰেছৰ ‎

by Staff Reporter
June 6, 2026
50
‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা   ‎
National-International

‎দিল্লীত ‘কক্ৰজ জনতা পাৰ্টি’ৰ বিক্ষোভ, ৰাজধানীত কটকটীয়া নিৰাপত্তা  ‎

by Staff Reporter
June 6, 2026
50
ADVERTISEMENT
Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day
DIPHU

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
50
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য
National-International

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
50
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ
National-International

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026
50
PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

PoK election controversy : পাক অধিকৃত কাশ্মীৰত ইছলামাবাদৰ নিৰ্বাচন আয়োজন, ৰাষ্ট্ৰসংঘত ভাৰতৰ তীব্ৰ প্ৰতিক্ৰিয়া

June 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

Tree Plantation, Art Exhibition and Science Exhibition-cum-Competition Held at Dhansiri Valley Public School on World Environment Day

June 6, 2026
Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

Natural gas reserves : ‎ইন্ধন সংকটৰ মাজত আন্দামানত প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ : ‘সমুদ্র মন্থন’ত বৃহৎ সাফল্য

June 6, 2026
Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

Delhi CJP rally : ভয় নকৰিবা পইতাচোৰা, যুঁজ চলি থাকিব : যন্তৰ-মন্তৰত সমৰ্থকলৈ বাৰ্তা ককৰোচ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক দীপকেৰ

June 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT