ডিমা হাছাও জিলাৰ জাটিংগাত ভয়ংকৰ ভূমিস্খলন I জাটিংগা- শিলচৰ সংযোগী পথ সম্পূৰ্ণৰূপে বন্ধ, ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ শতাধিক বাহন
ডিমাছা হাছাও জিলাত সংঘটিত হোৱা ভয়ানক ভূমিস্খলন হৈছে৷ এই ভূমিস্খলনৰ ঘটনাই জনজীৱন স্তব্ধ কৰি তুলিছে৷ ইয়াৰ লগতে শিলচৰ-জাটিংগা সংযোগী ২৭ ...







