Mass Resignation I কাৰ্বি পাহাৰত কংগ্ৰেছৰ ভেঁটিত ব্যাপক জোকাৰণি : বিধানসভা নিৰ্বাচনৰ প্রাকমূহূৰ্তত পশ্চিম কাৰ্বি আংলঙত সমূহীয়া পদত্যাগ
কংগ্ৰেছৰ ভেটিত স্খলন পশ্চিম কাৰ্বি আংলঙত। আগন্তুক ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত সমূহীয়া দল ত্যাগৰ জোৱাৰ উঠিছে এতিয়া কাৰ্বি পাহাৰত। ...







